MCQ Class 10 Maths Chapter 10 Circle
দশম শ্ৰেণীৰ গণিত অধ্যায় 10 বৃত্ত
এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব-
Answer: The correct answer is D) secant
Explanation:
যদি কেন্দ্ৰ যুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক, যাতে ∠POQ=110° তেন্তে ∠PTQ সমান হ'ব-
Answer: The correct answer is B) 70°
Explanation: Since, ∠POQ+∠PTQ=180°
⇒ ∠PTQ=180° - ∠POQ ⇒ ∠PTQ=180° - 110° = 70°
4 ছে.মি. ব্যাসাৰ্ধৰ বৃত্তত অঁকা সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব কিমান?
Answer: The correct answer is C) 8 cm
Explanation: Since, the two parrallel tangents should be on the both end points of the diameter(d). Hence, distance between them be d = 2r = 2×4 = 8 cm
বৃত্তৰ কেন্দ্ৰৰ পৰা 5 ছে.মি. দূৰত্বত থকা এটা বিন্দু A ৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ 4 ছে.মি.। বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল-
Answer: The correct answer is A) 3 cm
Explanation: By using Pythagoras Theorem we get, r = √(5² - 4²) = √(25 - 16) = √9 = 3 cm
যদি এটা বিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শক দুডালে পৰস্পৰ 80° কোণ কৰে, তেন্তে ∠POA সমান হ'ব-
Answer: The correct answer is A) 50°
Explanation: ∠AOB = 180° - ∠APB = 180° - 80° = 100°
Again, ∠POA = 1/2 (∠AOB) = 1/2 . 100° = 50°
এটা বৃত্তৰ বৰ বেছি ___ ডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে।
Answer: The correct answer is B) 2
Explanation: A circle can have two parallel tangents at the most.
এটা বৃত্তৰ স্পৰ্শকৰ সংখ্যা হ'ল-
Answer: The correct answer is D) Infinite অসংখ্য
Explanation: A circle has infinite number of tangents.
স্পৰ্শক এডালে বৃত্তটোক ছেদ কৰে-
Answer: The correct answer is A) One point এটা বিন্দুত
Explanation: A tangent intersects the circle at one point.
যদি সামান্তৰিক এটাই বৃত্ত এটাক পৰিসীমাবদ্ধ কৰে, তেন্তে ই এটা
Answer: The correct answer is B) Rhombus ৰম্বাছ
Explanation: If a parallelogram circumscribes a circle, then it is a Rhombus.
দুটা ঐককেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ 5 ছে.মি. আৰু 3 ছে.মি.। সৰু বৃত্তটোক স্পৰ্শ কৰা ডাঙৰ বৃত্তটোৰ জ্যাডালৰ দৈৰ্ঘ হ'ল-
Answer: The correct answer is A) 8 cm
Explanation: By using pythagoras theorem we can get the length of the chord which is 8 cm.