Chapter-wise Solutions Class 9 Science
নৱম শ্ৰেণীৰ বিজ্ঞান পাঠভিত্তিক সমাধান
তলত দিয়া লিংকসমূহৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰতিটো পাঠৰ অনুশালনীসমূহৰ লগতে পাঠৰ ভিতৰত থকা প্ৰশ্নসমূহৰ সমাধানসমূহ নিয়াৰিকৈ আৰু সহজভাৱে লাভ কৰিব পাৰিব। লগতে প্ৰতিটো পাঠৰে PDF ফাইলসমূহো উপলব্ধ কৰা হ'ব।
নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাথ্যপুথিত থকা পাঠসমূহ হ'ল - আমাৰ চাৰিওকাষৰ বস্তুবোৰ, আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?, অণু আৰু পৰমাণু, পৰমাণুৰ গঠন, জীৱৰ মৌলিক একক, কলা, জীৱৰ বিচিত্ৰতা, গতি, বল আৰু গতি বিষয়ক সূত্ৰসমূহ, মহাকৰ্ষণ, কাৰ্য আৰু শক্তি, শব্দ, আমি অসুস্থ হওঁ কিয়?, প্ৰাকৃতিক সম্পদ আৰু খাদ্য সম্পদৰ উৎকৰ্ষ সাধন।
SEBA Class 9 Science Solutions |
---|
|