SEBA Class 10 Science Chapter 6 Life Processes MCQ
জীৱন প্ৰক্ৰিয়া Class 10 MCQs
These questions cover the important concepts of the Life Processes and are designed as per the SEBA Class 10 Science Syllabus. There is a high probability that similar types of questions will be asked in the board examination.
Therefore, it is advisable to thoroughly review and practice these types of questions to ensure a strong performance. Preparing well in advance will increase your confidence and enhance your ability to tackle various question formats effectively.
CBSE Class 10 Science MCQs Chapter 6 Life Processes with Answers
Q-1: দাবী (A): স্তন্যপায়ীবোৰ উষ্ণৰক্তী প্ৰাণী।
Assertion (A): Mammals are warm-blooded animals.
কাৰণ (R): স্তন্যপায়ী প্ৰাণীৰ তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হবলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ’ব লাগে।
Reason (R): The blood of mammals flows through the heart twice during each cycle.
(a) দাবী (A) আৰু যুক্তি (R) দুয়োটাই শুদ্ধ আৰু যুক্তি (R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা হয়।
Both (A) and (R) are true and (R) is the correct explanation of (A).
(b) দাবী (A) আৰু যুক্তি ( R) দুয়োটাই শুদ্ধ আৰু যুক্তি ( R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
Both (A) and (R) are true and (R) is not the correct explanation of (A).
(c) দাবী (A) শুদ্ধ কিন্তু যুক্তি ( R) অশুদ্ধ।
(A) is true and (R) is false.
(d) দাবী (A) অশুদ্ধ কিন্তু যুক্তি ( R) শুদ্ধ।
(A) is false and (R) is true.
Correct Answer
(b) দাবী (A) আৰু যুক্তি ( R) দুয়োটাই শুদ্ধ আৰু যুক্তি ( R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
Both (A) and (R) are true and (R) is not the correct explanation of (A).
Q-2: দাবী (A): উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পকাৰে এৰি দিয়া প্রক্রিয়াটোকে বাষ্পমোচন বোলে।
Assertion (A): The loss of water in the form of vapour from the aerial parts of the plant is known as transpiration.
যুক্তি (R): ফ্ল'ৱেম কলাই উদ্ভিদৰ খাদ্য পৰিবহন কৰে।
Reason(R): The phloem transports plant's foods.
(a) দাবী (A) আৰু যুক্তি (R) দুয়োটাই শুদ্ধ আৰু যুক্তি (R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা হয়।
Both (A) and (R) are true and (R) is the correct explanation of (A).
(b) দাবী (A) আৰু যুক্তি ( R) দুয়োটাই শুদ্ধ আৰু যুক্তি ( R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
Both (A) and (R) are true and (R) is not the correct explanation of (A).
(c) দাবী (A) শুদ্ধ কিন্তু যুক্তি ( R) অশুদ্ধ।
(A) is true and (R) is false.
(d) দাবী (A) অশুদ্ধ কিন্তু যুক্তি ( R) শুদ্ধ।
(A) is false and (R) is true.
Correct Answer
(b) দাবী (A) আৰু যুক্তি ( R) দুয়োটাই শুদ্ধ আৰু যুক্তি ( R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
Both (A) and (R) are true and (R) is not the correct explanation of (A).
Q-3: দাবী (A): অধাতুবোৰ বিদ্যুৎ ঋণাত্মক।
Assertion (A): The non-metals are electronegative.
যুক্তি (R): অধাতুবোৰে ইলেক্ট্রন হেৰুৱাই বান্ধনী গঠন কৰে।
Reason(R): Non-metals tend to lose electrons while forming bonds.
(a) দাবী (A) আৰু যুক্তি (R) দুয়োটাই শুদ্ধ আৰু যুক্তি (R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা হয়।
Both (A) and (R) are true and (R) is the correct explanation of (A).
(b) দাবী (A) আৰু যুক্তি ( R) দুয়োটাই শুদ্ধ আৰু যুক্তি ( R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
Both (A) and (R) are true and (R) is not the correct explanation of (A).
(c) দাবী (A) শুদ্ধ কিন্তু যুক্তি ( R) অশুদ্ধ।
(A) is true and (R) is false.
(d) দাবী (A) অশুদ্ধ কিন্তু যুক্তি ( R) শুদ্ধ।
(A) is false and (R) is true.
Correct Answer
(c) দাবী (A) শুদ্ধ কিন্তু যুক্তি ( R) অশুদ্ধ।
(A) is true and (R) is false.
Q-4: আমাৰ শৰীৰত অক্সিজেনযুক্ত তেজ যোৱাৰ সঠিক পথটো হৈছে-
The correct path of flow of oxygenated blood through our body is-
(a) হাওঁফাওঁ (Lungs) > মহাধমনী (Aorta) > হৃদযন্ত্র (Heart) > ক্লোমসিৰা (Pulmonary Vein) > কোষ (Cell)
(b) হাওঁফাওঁ (Lungs) > ক্লোম ধমনী (Pulmonary Artery) > হৃদযন্ত্র (Heart) > মহাধমনী (Aorta) > কোষ (Cell)
(c) হাওঁফাওঁ (Lungs) > ক্লোমসিৰা (Pulmonary Vein) > হৃদযন্ত্র (Heart)> মহাধমনী (Aorta) > কোষ (Cell)
(d) হাওঁফাওঁ (Lungs) > ক্লোমসিৰা (Pulmonary Vein) > হৃদযন্ত্র (Heart) > মহাসিৰা (Vena Cava) > কোষ (Cell)
Correct Answer
(c) হাওঁফাওঁ (Lungs) > ক্লোমসিৰা (Pulmonary Vein) > হৃদযন্ত্র (Heart)> মহাধমনী (Aorta) > কোষ (Cell)
Q-5: স্তম্ভ I ৰ সৈতে স্তম্ভ II মিলোৱা। (Match column I with column II)
I | II |
A. ক্ষুদ্ৰান্ত্ৰ (Small Intestine) | (i) নেফ্ৰন (Nephrone) |
B. বৃক্ক (Kidney) | (ii) বায়ুকূপ (Alveoli) |
C. হাঁওফাওঁ (Lungs) | (iii) অনুচক্ৰিকা (platelets) |
D. তেজ (Blood) | (iv) ভিলাই (Villi) |
(a) A-(iv), B-(i), C-(iii), D-(ii)
(b) A-(ii), B-(iii), C-(iv), D-(i)
(c) A-(iv), B-(i), C-(ii), D-(iii)
(d) A-(iv), B-(iii), C-(i), D-(ii)
Correct Answer
(c) A-(iv), B-(i), C-(ii), D-(iii)
Q-6: চিত্রত মানুহৰ পাচনতন্ত্র দেখুওৱা হৈছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা যি চিত্রত দেখুওৱা A, B, C আৰু D অংশৰ পৰা নিঃসৰণ হোৱা উৎসেচকৰ সঠিক উদাহৰণ দিয়ে।
The image in Figure is showing the digestive system of human. Identify the option that indicates the correct enzyme that is secreted by the locations A, B, C and D.
(a) A- ট্রিপচিন (trypsin), B-পিত্তৰস (bile salt), C- এমাইলেজ (amylase), D- পেপচিন (pepsin)
(b) A-এমাইলেজ (amylase), B-পিত্তৰস (bile salt), C-ট্রিপচিন (trypsin), D- পেপচিন (pepsin)
(c) A-এমাইলেজ (amylase), B-পেপচিন (pepsin), C-ট্রিপচিন (trypsin), D-পিত্তৰস (bile salt)
(d) A-এমাইলেজ (amylase), B-পিত্তৰস (bile salt), C-পেপচিন (pepsin), D- ট্রিপচিন (trypsin)
Correct Answer
(d) A-এমাইলেজ (amylase), B-পিত্তৰস (bile salt), C-পেপচিন (pepsin), D- ট্রিপচিন (trypsin)
Q-7: স্তম্ভ I ৰ সৈতে স্তম্ভ II মিলোৱা। (Match column I with column II)
I | II |
A. স্বপোষী (Autotroph) | (i) নীল সেউজ শেলাই (Spirogyra) |
B. মৃতজীবী (Saprophyte) | (ii) আকাশীলতা (Amar-bel) |
C. পৰজীৱী (Parasite) | (iii) কাঠফুলা (Mushroom) |
(a) A-(i), B-(iii), C-(ii)
(b) A-(i), B-(ii), C-(iii)
(c) A-(ii), B-(i), C-(iii)
(d) A-(iii), B-(ii), C-(i)
Correct Answer
(a) A-(i), B-(iii), C-(ii)
Q-8: মাটিৰ পৰা উদ্ভিদৰ শিপাৰ জাইলেম কলালৈ পানীৰ পৰিবহণ কেনেকৈ হয়?
How water is taken up from the soil to the xylem tissue of the plant roots?
(a) জাইলেমে পানীৰ অণুক আকৰ্ষণ কৰে। (Xylem attracts water molecules.)
(b) শিপাবোৰ পানী শোষণ কৰা পাম্পৰ দৰে হয়। (Roots act as a suction pump for taking water.)
(c) মাটিয়ে জাইলেম লৈ পানী হেচি ঠেলি পঠিয়ায়। (Soil expels the water with pressure to the xylem)
(d) শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ ফলত পানী ওপৰলৈ উঠে।
(Difference in the ion concentration creates a gradient for water movement.)
Correct Answer
শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ ফলত পানী ওপৰলৈ উঠে।
(Difference in the ion concentration creates a gradient for water movement.)
Q-9: চিত্রত দেখুওৱা পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা আর্হিটোত, বেলজাৰৰ ভিতৰত KOH ক থোৱাৰ কাৰণটো হৈছে-
In the experimental setup shown in Figure, reason of placing KOH inside the bell jar is-
(a) বেলজাৰৰ ভিতৰত থকা CO₂ শোষণ কৰিবলৈ।
(To absorb the CO₂ present inside the bell jar.)
(b) বেলজাৰৰ ভিতৰত থকা O₂ শোষণ কৰিবলৈ।
(To absorb the O₂ present inside the bell jar)
(c) বেলজাৰৰ ভিতৰত থকা জলীয় বাষ্প শোষণ কৰিবলৈ।
(To absorb the water vapour present in the bell jar)
(d) বেলজাৰৰ ভিতৰত উষ্ণতা স্থিৰে ৰাখিবলৈ।
(To maintain the temperature inside the bell jar.)
Correct Answer
(a) বেলজাৰৰ ভিতৰত থকা CO₂ শোষণ কৰিবলৈ।
(To absorb the CO₂ present inside the bell jar.)
Q-10: শ্বসন প্ৰক্ৰিয়াত উৎপাদিত 2-কাৰ্বনযুক্ত যৌগটোৰ নাম হ’ল-
The 2-carbon compound produced in the respiration process is:
(a) ইথানল (Ethanol)
(b) পাইৰুভেট (Pyruvate)
(c) লেক্টিক এছিড (Lactic acid)
(d) ATP
Correct Answer
(a) ইথানল (Ethanol)
Also Check these 👇🏻👇🏻👇🏻
✅ Class 10 Science Chapterwise MCQ Question Answer
✅ Class 10 Maths Chapterwise MCQ Question Answer