SEBA Class 10 Science Chapter 5 Periodic Classification of Elements MCQ
মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন Class 10 MCQs
These questions cover the important concepts of the Periodic Classification of Elements and are designed as per the SEBA Class 10 Science Syllabus. There is a high probability that similar types of questions will be asked in the board examination.
Therefore, it is advisable to thoroughly review and practice these types of questions to ensure a strong performance. Preparing well in advance will increase your confidence and enhance your ability to tackle various question formats effectively.
CBSE Class 10 Science MCQs Chapter 5 Periodic Classification of Elements with Answers
Q-1: তলৰ কোনটোৱে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা ব্যাখ্যা কৰিছে?
Which option describes the achievements of Mendeleev's Periodic Table?
(a) তেওঁ সম্ভ্রান্ত গেছ সমূহৰ উপস্থিতি অনুমান কৰিছিল। (He predicts the noble gases.)
(b) তেওঁ হাইড্রজেনক বৰ্গ 1 ত ৰাখিছিল।
(He placed Hydrogen in group 1.)
(c) তেওঁ মৌলসমূহ সিহঁতৰ পাৰমাণৱিক ভৰৰ ক্ৰমত সজাইছিল।
(He arranged elements according to their atomic masses.),
(d) তেওঁ তালিকাকৰণ কৰিবলৈ মৌল সমূহৰ হাইড্ৰাইড আৰু অক্সাইড সমূহ ব্যৱহাৰ কৰিছিল।
(He used hydrides and oxides of elements for classification.)
Correct Answer
(d) তেওঁ তালিকাকৰণ কৰিবলৈ মৌল সমূহৰ হাইড্ৰাইড আৰু অক্সাইড সমূহ ব্যৱহাৰ কৰিছিল।
(He used hydrides and oxides of elements for classification.)
Q-2: দাবী (A): নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কেৱল Ca লৈকে হে প্রযোজ্য হৈছিল।
Assertion (A): The Newlands' Law of Octaves was applicable only up to Ca.
যুক্তি (R): নিউলেণ্ডছে প্রকৃতিত কেৱল 63 টাহে মৌল আছে বুলি ভাবি লৈছিল।
Reason(R): Newlands assumed that only 63 elements existed in nature.
(a) দাবী (A) আৰু যুক্তি (R) দুয়োটাই শুদ্ধ আৰু যুক্তি (R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা হয়।
Both (A) and (R) are true and (R) is the correct explanation of (A).
(b) দাবী (A) আৰু যুক্তি ( R) দুয়োটাই শুদ্ধ আৰু যুক্তি ( R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
Both (A) and (R) are true and (R) is not the correct explanation of (A).
(c) দাবী (A) শুদ্ধ কিন্তু যুক্তি ( R) অশুদ্ধ।
(A) is true and (R) is false.
(d) দাবী (A) অশুদ্ধ কিন্তু যুক্তি ( R) শুদ্ধ।
(A) is false and (R) is true.
Correct Answer
(b) দাবী (A) আৰু যুক্তি ( R) দুয়োটাই শুদ্ধ আৰু যুক্তি ( R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
Both (A) and (R) are true and (R) is not the correct explanation of (A).
Q-3: দাবী (A): অধাতুবোৰ বিদ্যুৎ ঋণাত্মক।
Assertion (A): The non-metals are electronegative.
যুক্তি (R): অধাতুবোৰে ইলেক্ট্রন হেৰুৱাই বান্ধনী গঠন কৰে।
Reason(R): Non-metals tend to lose electrons while forming bonds.
(a) দাবী (A) আৰু যুক্তি (R) দুয়োটাই শুদ্ধ আৰু যুক্তি (R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা হয়।
Both (A) and (R) are true and (R) is the correct explanation of (A).
(b) দাবী (A) আৰু যুক্তি ( R) দুয়োটাই শুদ্ধ আৰু যুক্তি ( R) দাবী (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
Both (A) and (R) are true and (R) is not the correct explanation of (A).
(c) দাবী (A) শুদ্ধ কিন্তু যুক্তি ( R) অশুদ্ধ।
(A) is true and (R) is false.
(d) দাবী (A) অশুদ্ধ কিন্তু যুক্তি ( R) শুদ্ধ।
(A) is false and (R) is true.
Correct Answer
(c) দাবী (A) শুদ্ধ কিন্তু যুক্তি ( R) অশুদ্ধ।
(A) is true and (R) is false.
Q-4: K, P, B, C, O, N মৌল কেইটাক সিহতঁৰ পাৰমাণৱিক সংখ্যাৰ অধঃক্ৰমত সঁজালে সঠিক ক্রমটো হৈছে-
If we arrange the elements K, P, B, C, O, N in decreasing order of their atomic numbers the correct order will be-
(a) K> P> O> N> C> B
(b) B> C> N> O> P> K
(c) B> C> K> N> O> P
(d) K> P> B> C> O > N
Correct Answer
(a) K> P> O> N> C> B
Q-5: এটা মৌলৰ যোজ্যতা নিৰ্ভৰ কৰে-
(The valency of an element depends on-)
(a) মৌলটোৰ মুঠ ইলেক্ট্রনৰ সংখ্যাৰ ওপৰত।
(Total number of electrons of the element)
(b) মৌলটোৰ মুঠ প্ৰ'টনৰ সংখ্যাৰ ওপৰত।
(Total number of protons of the element)
(c) মৌলটোৰ মুঠ নিউট্ৰনৰ সংখ্যাৰ ওপৰত।
(Total number of neutrons of the element)
(d) মৌলটোৰ বহিৰত্তম কক্ষত থকা ইলেক্ট্রনৰ সংখ্যাৰ ওপৰত।
(Number of electrons present in the outermost shell)
Correct Answer
(d) মৌলটোৰ বহিৰত্তম কক্ষত থকা ইলেক্ট্রনৰ সংখ্যাৰ ওপৰত।
(Number of electrons present in the outermost shell)
Q-6: তলৰ কোনকেইটা মৌল একেটা পর্য্যায়ত থাকিব?
Which of these elements belongs to the same period?
মৌল (Element) | A | B | C |
পাৰমাণৱিক সংখ্যা (Atomic number) | 6 | 16 | 11 |
(a) A আৰু (and) B
(b) B আৰু (and) C
(c) A আৰু (and) C
(d) A, B আৰু (and) C
Correct Answer
(b) B আৰু (and) C
Q-7: এটা মৌল X ৰ পাৰমাণৱিক সংখ্যা হৈছে 7। আধুনিক পর্যাবৃত্ত তালিকাৰ কোনটো পর্যায় আৰু কোনটো বৰ্গত ইয়াক ৰখা হৈছে।
An element X has atomic number 7. Can it be placed in which period and group in the modern periodic table?
(a) পর্যায় 3, বর্গ 14 (Period-3 Group-14)
(b) পর্যায় 2, বর্গ 13 (Period-2 Group-13)
(c) পর্যায় 3, বর্গ 17 (Period-3 Group-17)
(d) পর্যায় 2, বর্গ 15 (Period-2 Group-15)
Correct Answer
(d) পর্যায় 2, বর্গ 15 (Period-2 Group-15)
Q-8: কাষৰ চিত্ৰত আধুনিক পর্যাবৃত তালিকাৰ এটা বৰ্গ দেখুওৱা হৈছে। চিত্ৰটোৰ সৈতে জড়িত তলৰ কোনকেইটা উক্তি শুদ্ধ?
The image shows a group from the modern periodic table. Which of the statements related to the image are true?
A. এইটো বৰ্গ নম্বৰ 17। (This is group no. 17)
B. এই মৌলকেইটাক সম্ভ্রান্ত গেছ বোলা হয়।
(These elements are called noble gases.)
C. এই মৌল কেইটাৰ বহিৰতম কক্ষ সম্পূর্ণ।
(These elements have filled outermost shells.)
(a) কেৱল A শুদ্ধ (Only A true)
(b) A আৰু B শুদ্ধ (A and B true)
(c) B আৰু C শুদ্ধ (B and C true)
(d) A, B আৰু C শুদ্ধ (A, B and C true)
Correct Answer
(c) B আৰু C শুদ্ধ (B and C true)
Q-9: মৌল X য়ে XCl3 সংকেতৰ ক্লৰাইড গঠন কৰে. মৌল X ৰ তলত দিয়া কোনটো মৌলৰ লগত সাদৃশ্য থাকিব?
Element X forms the chloride of the symbol XCl3. Element X would be similar to which of the following elements?
(a) Zn
(b) Mg
(c) K
(d) Al
Correct Answer
(d) Al
Q-10: তলৰ কোনটো মৌলই সহজে ইলেক্ট্ৰন এৰি দিব?
Which of the following elements would easily give up electrons?
(a) Mg
(b) Na
(c) K
(d) Ca
Correct Answer
(c) K
Also Check these 👇🏻👇🏻👇🏻
✅ Class 10 Science Chapterwise MCQ Question Answer
✅ Class 10 Maths Chapterwise MCQ Question Answer