SEBA Class 10 Maths Exercise 3.1 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Assamese Medium
এই পোষ্টটোত দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ Chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ পাঠটোৰ অনুশীলনী 3.1 ৰ প্ৰশ্নবোৰৰ সমাধান লাভ কৰিব। অন্য অনুশীলনীবোৰৰ সমাধান পাবলৈ তলত দিয়া লিংকত ক্লিক কৰিব। দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ পাঠটিত মুঠতে সাতটা অনুশীলনী আছে - Exercise 3.1, Exercise 3.2, Exercise 3.3, Exercise 3.4, Exercise 3.5, Exercise 3.6, Exercise 3.7
প্ৰতিটো পাঠৰ MCQs আৰু সমাধান পাবলৈ ইয়াত ক্লিক কৰিব - MCQs.
দশম শ্ৰেণীৰ গণিতৰ পাথ্যপুথিত থকা পাঠসমূহ হ'ল পুনৰালোচনা (Revision), বাস্তৱ সংখ্যা (Real Numbers), বহুপদ (Polynomials), দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ (Pair of Linear Equations in Two Variables), দ্বিঘাত সমীকৰণ (Quadratic Equations), সমান্তৰ প্ৰগতি (Arithmetic Progressions), ত্ৰিভুজ (Triangles), স্থানাংক জ্যামিতি (Coordinate Geometry), ত্ৰিকোণমিতিৰ পৰিচয় (Introduction to Trigonometry), ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ (Some Applications of Trigonometry), বৃত্ত (Circles), অংকন (Constructions), বৃত্ত সম্বন্ধীয় কালি (Areas Related to Circles), পৃষ্ঠকালি আৰু আয়তন (Surface Areas and Volumes), পৰিসংখ্যা (Statistics), সম্ভাৱিতা (Probability).
Exercise Solutions of Chapter 3 Pair of Linear Equations in Two Variables
- Class 10 Chapter 3 Exercise 3.2 Solutions
- Class 10 Chapter 3 Exercise 3.3 Solutions
- Class 10 Chapter 3 Exercise 3.4 Solutions
- Class 10 Chapter 3 Exercise 3.5 Solutions
- Class 10 Chapter 3 Exercise 3.6 Solutions
- Class 10 Chapter 3 Exercise 3.7 Solutions
Solutions for Class 10 Maths Chapter 3 Pair of Linear Equations in Two Variables Exercise 3.1 in Assamese Medium
1. ৰহিমে জীয়েকক ক'লে, 'সাত বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ সাতগুণ আছিল। আকৌ আজিৰ পৰা তিনি বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ তিনিগুণ হ'ম'। (এইটো আমোদজনক নহয়নে?)। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে (লৈখিকভাবে) প্রদর্শন কৰা।
Solution:
বীজীয়ভাৱে উপস্থাপন
ধৰাহ'ল,
ৰহিমৰ বৰ্তমান বয়স = x বছৰ
আৰু জীয়েকৰ বৰ্তমান বয়স = y বছৰ
সাত বছৰ আগত
ৰহিমৰ বয়স = x - 7 বছৰ
আৰু জীয়েকৰ বয়স = y - 7 বছৰ
প্ৰশ্নমতে,
x - 7 = 7(y - 7)
⇒ x - 7 = 7y - 49
⇒ x - 7 -7y + 49 = 0
⇒ x - 7y + 42 = 0 ------- (i)
আকৌ,
তিনি বছৰ পিছত,
ৰহিমৰ বয়স হ'ব = x + 3 বছৰ
আৰু জীয়েকৰ বয়স হব = y + 3 বছৰ
প্ৰশ্নমতে,
x + 3 = 3(y + 3)
⇒ x + 3 = 3y + 9
⇒ x +3 - 3y - 9 = 0
⇒ x - 3y - 6 = 0 ------- (ii)
জ্যামিতিকভাৱে (লৈখিকভাবে) উপস্থাপন-
সমীকৰণ (i) ৰ পৰা-
x - 7y + 42 = 0
⇒ 7y = x + 42
⇒ y = $\large \frac{x+42}{7}$
এতিয়া, x = 0 ল'লে,
y = $\large \frac{0+42}{7}$
⇒ y = 6
x = 7 ল'লে,
y = $\large \frac{7+42}{7}$
⇒ y = $\large \frac{7+42}{7}$
⇒ y = $\large \frac{49}{7}$
⇒ y = 7
x | 0 | 7 |
y | 6 | 7 |
আকৌ, সমীকৰণ (ii) ৰ পৰা-
x - 3y - 6 = 0
⇒ 3y = x - 6
⇒ y = $\large \frac{x-6}{3}$
এতিয়া, x = 0 ল'লে,
y = $\large \frac{0-6}{3}$
⇒ y = -2
x = 6 ল'লে,
y = $\large \frac{6-6}{3}$
⇒ y = $\large \frac{0}{3}$
⇒ y = 0
x | 0 | 6 |
y | -2 | 0 |
2. এটা ক্রিকেট দলৰ প্রশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত। পিছত তেওঁ 1300 টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে। এই পৰিস্থিতিটোক বীজীয় আৰু লৈখিকভাৱে (জ্যামিতিকভাৱে) বর্ণনা কৰা।
Solution:
বীজীয়ভাৱে উপস্থাপন
ধৰাহ'ল,
বেট এখনৰ দাম = x টকা
আৰু বল এটাৰ দাম = y টকা
প্ৰশ্নমতে,
3x + 6y = 3900 ------- (i)
আৰু
x + 3y = 1300 ------- (ii)
জ্যামিতিকভাৱে (লৈখিকভাবে) উপস্থাপন-
সমীকৰণ (i) ৰ পৰা-
3x + 6y = 3900
⇒ 6y = 3900 - 3x
⇒ y = $\large \frac{3900-3x}{6}$
এতিয়া, x = 100 ল'লে,
y = $\large \frac{3900 - 3×100}{6}$
⇒ y = $\large \frac{3900-300}{6}$
⇒ y = $\large \frac{3600}{6}$
⇒ y = 600
x = 300 ল'লে,
y = $\large \frac{3900-3×300}{6}$
⇒ y = $\large \frac{3900-900}{6}$
⇒ y = $\large \frac{3000}{6}$
⇒ y = 500
x | 100 | 300 |
y | 600 | 500 |
সমীকৰণ (ii) ৰ পৰা-
x + 3y = 1300
⇒ 3y = 1300 - x
⇒ y = $\large \frac{1300-x}{3}$
এতিয়া, x = 400 ল'লে,
y = $\large \frac{1300 - 400}{3}$
⇒ y = $\large \frac{900}{3}$
⇒ y = 300
এতিয়া, x = 700 ল'লে,
y = $\large \frac{1300 - 700}{3}$
⇒ y = $\large \frac{600}{3}$
⇒ y = 200
x | 400 | 700 |
y | 300 | 200 |
3. দুই কে.জি. আপেল আৰু 1 কে.জি. আঙুৰৰ দাম এদিন আছিল 160 টকা। এমাহৰ পিছত 4 কে.জি. আপেল আৰু 2 কে.জি. আঙুৰৰ দাম হ'ল 300 টকা। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু লৈখিকভাৱে বৰ্ণনা কৰা।
Solution:
বীজীয়ভাৱে উপস্থাপন
ধৰাহ'ল,
1 kg আপেলৰ দাম = x টকা
1 kg আঙুৰৰ দাম = y টকা
প্ৰশ্নমতে,
2x + y = 160 ------- (i)
আৰু
4x + 2y = 300 ------- (ii)
জ্যামিতিকভাৱে (লৈখিকভাবে) উপস্থাপন-
সমীকৰণ (i) ৰ পৰা-
y = 160 - 2x
এতিয়া, x = 50 ল'লে,
y = 160 - 2×50
⇒ y = 160 - 100
⇒ y = 60
আৰু x = 60 ল'লে,
y = 160 - 2×60
⇒ y = 160 - 120
⇒ y = 40
x | 50 | 60 |
y | 60 | 40 |
সমীকৰণ (ii) ৰ পৰা-
4x + 2y = 300
⇒ 2y = 300 - 4x
⇒ y = $\large \frac{300-4x}{2}$
এতিয়া, x = 70 ল'লে,
y = $\large \frac{300-4×70}{2}$
⇒ y = $\large \frac{300-280}{2}$
⇒ y = $\large \frac{20}{2}$
⇒ y = 10
আৰু x = 80 ল'লে,
y = $\large \frac{300-4×80}{2}$
⇒ y = $\large \frac{300-320}{2}$
⇒ y = $\large \frac{-20}{2}$
⇒ y = -10
x | 70 | 80 |
y | 10 | -10 |