Class 9 Maths Solutions Chapter 9 Exercise 9.1 সামান্তৰিক আৰু ত্ৰিভুজৰ কালি

নৱম শ্ৰেণীৰ গণিতৰ অধ্যায় 9ৰ সমাধান - সামান্তৰিক আৰু ত্ৰিভুজৰ কালি অনুশীলনী 9.1


Class 9 Maths Solutions Chapter 9 Exercise 9.1


Solutions of Chapter 9

Exercise 9.2 ৰ সমাধান

Exercise 9.3 ৰ সমাধান

Exercise 9.4 ৰ সমাধান


Solutions for Class 9 Maths Chapter 9 - Area of Parallelograms and Triangles - Exercise 9.1 in Assamese Medium


1. তলৰ চিত্ৰবোৰৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ? এনেক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা। 

class 9 maths chapter 9 ex 9.1 fig 9.8

Solutions:

(i) ট্ৰেপিজিয়াম ABCD আৰু ত্ৰিভুজ PCD একে ভূমি DC আৰু একে সমান্তৰালৰ ৰেখা AB আৰু DC ৰ মাজত অৱস্থিত।


(ii) সামান্তৰিক PQRS আৰু ট্ৰেপিজিয়াম MNRS একে ভূমি SR ৰ ওপৰত আছে। কিন্তু একে সমান্তৰাল ৰেখাৰ মাজত নাই।


(iii) সামান্তৰিক PQRS আৰু ত্ৰিভুজ QRT একে ভূমি QR আৰু একে সমান্তৰাল ৰেখা PS আৰু QR ৰ মাজত আছে।


(iv) সামান্তৰিক আৰু ত্ৰিভুজ একে ভূমি নাই। কিন্তু একে সমান্তৰাল ৰেখা আৰু ৰ মাজত আছে।


(v) চতুৰ্ভুজ ABQD আৰু ট্ৰেপিজিয়াম APCD একে ভূমি AD আৰু একে সমান্তৰাল ৰেখা BQ আৰু AD ৰ মাজত অৱস্থিত।


(vi) সামান্তৰিক PQRS আৰু সামান্তৰিক ABCD একে ভূমিত নাই কিন্তু একে সমান্তৰাল ৰেখা PQ আৰু SR ৰ মাজত আছে।






Join Us on Telegram


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

#buttons=(Accept !) #days=(30)

Our website uses cookies to enhance your experience. Learn More
Accept !