SEBA Class 10 Maths Exercise 3.4 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Assamese Medium
এই পোষ্টটোত দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ Chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ পাঠটোৰ অনুশীলনী 3.4 ৰ প্ৰশ্নবোৰৰ সমাধান লাভ কৰিব। অন্য অনুশীলনীবোৰৰ সমাধান পাবলৈ তলত দিয়া লিংকত ক্লিক কৰিব। দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ পাঠটিত মুঠতে সাতটা অনুশীলনী আছে - Exercise 3.1, Exercise 3.2, Exercise 3.3, Exercise 3.4, Exercise 3.5, Exercise 3.6, Exercise 3.7
প্ৰতিটো পাঠৰ MCQs আৰু সমাধান পাবলৈ ইয়াত ক্লিক কৰিব - MCQs.
দশম শ্ৰেণীৰ গণিতৰ পাথ্যপুথিত থকা পাঠসমূহ হ'ল পুনৰালোচনা (Revision), বাস্তৱ সংখ্যা (Real Numbers), বহুপদ (Polynomials), দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ (Pair of Linear Equations in Two Variables), দ্বিঘাত সমীকৰণ (Quadratic Equations), সমান্তৰ প্ৰগতি (Arithmetic Progressions), ত্ৰিভুজ (Triangles), স্থানাংক জ্যামিতি (Coordinate Geometry), ত্ৰিকোণমিতিৰ পৰিচয় (Introduction to Trigonometry), ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ (Some Applications of Trigonometry), বৃত্ত (Circles), অংকন (Constructions), বৃত্ত সম্বন্ধীয় কালি (Areas Related to Circles), পৃষ্ঠকালি আৰু আয়তন (Surface Areas and Volumes), পৰিসংখ্যা (Statistics), সম্ভাৱিতা (Probability).
Exercise Solutions of Chapter 3 Pair of Linear Equations in Two Variables
- Class 10 Chapter 3 Exercise 3.1 Solutions
- Class 10 Chapter 3 Exercise 3.2 Solutions
- Class 10 Chapter 3 Exercise 3.3 Solutions
- Class 10 Chapter 3 Exercise 3.5 Solutions
- Class 10 Chapter 3 Exercise 3.6 Solutions
- Class 10 Chapter 3 Exercise 3.7 Solutions
Solutions for Class 10 Maths Chapter 3 Pair of Linear Equations in Two Variables Exercise 3.4 in Assamese Medium
1. তলৰ ৰৈখিক সমীকৰণ কেইযোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিষ্ঠাপন পদ্ধতিৰে সমাধা কৰাঃ
(i) x+y=5 আৰু 2x-3y = 4
(ii) 3x+4y= 10 আৰু 2x-2y=2
(iii) 3x-5y-4=0 আৰু 9x = 2y + 7
(iv) $\large \frac{x}{2}+\frac{2y}{3} = -1$ আৰু x-$\large \frac{x}{3} + \frac{y}{2} = 6$
(v) $\large \frac{3y}{2}-\frac{5}{x} = -2$ আৰু $\frac{y}{3} + \frac{x}{3} = \frac{13}{16}$
(vi) x-y=3 আৰু $\large \frac{x}{3}+\frac{y}{2} = 6$
(vii) $\large \frac{8}{x} - \frac{9}{y} = 1$ আৰু $\large \frac{10}{x} + \frac{6}{y} = 7 $
(i) Solution:
অপনয়ন পদ্ধতিৰে:
x + y = 5 ------ (1)
2x - 3y = 4 ------ (2)
(1) × 2 ⇒ 2x + 2y = 10 ------ (3)
এতিয়া, (3) - (2) কৰিলে,
2x + 2y - (2x - 3y) = 10 - 4
⇒ 2x + 2y - 2x + 3y = 6
⇒ 5y = 6
⇒ y = $\large \frac{6}{5}$
y ৰ মান (1) ত বহুৱালে,
x + $\large \frac{6}{5}$ = 5
⇒ x = 5 - $\large \frac{6}{5}$
⇒ x = $\large \frac{25-6}{5}$
⇒ x = $\large \frac{19}{5}$
∴ নিৰ্ণেয় সমাধান x = $\large \frac{19}{5}$ আৰু y = $\large \frac{6}{5}$
প্ৰতিস্থাপন পদ্ধতিৰে:
x + y = 5 ------ (1)
2x - 3y = 4 ------ (2)
(1) ৰ পৰা,
y = 5 - x ------ (3)
y ৰ মান (2) ত বহুৱালে,
2x - 3(5 - x) = 4
⇒ 2x - 15 + 3x = 4
⇒ 5x - 15 = 4
⇒ 5x = 15 + 4
⇒ 5x = 19
⇒ x = $\large \frac{19}{5}$
x ৰ মান (3) ত বহুৱালে,
y = 5 - $\large \frac{19}{5}$
⇒ y = $\large \frac{25 - 19}{5}$
⇒ y = $\large \frac{6}{5}$
∴ নিৰ্ণেয় সমাধান x = $\large \frac{19}{5}$ আৰু y = $\large \frac{6}{5}$
(ii) Solution:
অপনয়ন পদ্ধতিৰে:
3x + 4y = 10 ------ (1)
2x - 2y = 2 ------ (2)
(1) × 2 ⇒ 6x + 8y = 20 ------ (3)
(2) × 3 ⇒ 6x - 6y = 6 ------ (4)
(3) - (4) কৰিলে,
6x + 8y - (6x - 6y) = 20 - 6
⇒ 14y = 14
⇒ y = 1
y ৰ মান (1) ত বহুৱালে,
3x + 4 × 1 = 10
⇒ 3x + 4 = 10
⇒ 3x = 10 - 4
⇒ 3x = 6
⇒ x = 2
∴ নিৰ্ণেয় সমাধান x = 2 আৰু y = 1
প্ৰতিস্থাপন পদ্ধতিৰে:
3x + 4y = 10 ------ (1)
2x - 2y = 2 ------ (2)
সমীকৰণ (2) ৰ পৰা,
2y = 2x - 2
⇒ 2y = 2(x - 1)
⇒ y = x - 1 ------ (3)
y ৰ মান (1) ত বহুৱালে,
3x + 4(x - 1) = 10
⇒ 3x + 4x - 4 = 10
⇒ 7x = 10 + 4
⇒ 7x = 14
⇒ x = 2
x ৰ মান (3) ত বহুৱালে,
y = 2 - 1 = 1
∴ নিৰ্ণেয় সমাধান x = 2 আৰু y = 1
(iii) Solution:
অপনয়ন পদ্ধতিৰে:
3x - 5y - 4 = 0
⇒ 3x - 5y = 4 ------ (1)
9x = 2y + 7
⇒ 9x - 2y = 7 ------ (2)
(1) × 3 ⇒ 9x - 15y = 12 ------ (3)
এতিয়া, (3) - (2) কৰিলে,
9x - 2x -(9x - 15y) = 12 - 7
⇒ 9x - 2y - 9x + 15y = 5
⇒ 13y = 5
⇒ y = $\large \frac{5}{13}$
y ৰ মান (1) ত বহুৱালে,
3x - 5 × $\large \frac{5}{13}$ = 4
⇒ 3x - $\large \frac{25}{13}$ = 4
⇒ 3x = 4 + $\large \frac{25}{13}$
⇒ 3x = $\large \frac{52 + 25}{13}$
⇒ 3x = $\large \frac{77}{13}$
⇒ x = $\large \frac{77}{13×3}$
⇒ x = $\large \frac{77}{39}$
∴ নিৰ্ণেয় সমাধান x = $\large \frac{77}{39}$ আৰু y = $\large \frac{5}{13}$
প্ৰতিস্থাপন পদ্ধতিৰে:
3x - 5y - 4 = 0 ------ (1)
9x = 2y + 7 ------ (2)
(2) ৰ পৰা,
x = $\large \frac{2y + 7}{9}$ ------ (3)
x ৰ মান (1) ত বহুৱালে,
3 × $\large \frac{2y + 7}{9}$ - 5y - 4 = 0
⇒ $\large \frac{2y + 7}{3}$ - 5y - 4 = 0
⇒ $\large \frac{2y + 7 - 15y - 12}{3}$ = 0
⇒ -13y - 5 = 0
⇒ -13y = 5
⇒ y = - $\large \frac{5}{13}$
y ৰ মান (3) ত বহুৱালে,
x = $\large \frac{2×(- \frac{5}{13} ) + 7}{9}$
⇒ x = $\large \frac{- \frac{10}{13} + 7}{9}$
⇒ x = $\large \frac{-10 + 91}{13} × \frac{1}{9}$
⇒ x = $\large \frac{81}{13} × \frac{1}{9}$
⇒ x = $\large \frac{9}{13}$
∴ নিৰ্ণেয় সমাধান x = $\large \frac{9}{13}$ আৰু y = - $\large \frac{5}{13}$
(iv) Solution:
অপনয়ন পদ্ধতিৰে:
$\large \frac{x}{2}$ + $\large \frac{2y}{3}$ = -1 ------ (1)
x - $\large \frac{y}{3}$ = 3 ------ (2)
(1) × 2 ⇒ $\large \frac{x}{2}$ × 2 + $\large \frac{2y}{3}$ × 2 = -1 × 2
⇒ x + $\large \frac{4y}{3}$ = -2 ------ (3)
এতিয়া (2) - (3) কৰিলে,
x - $\large \frac{y}{3}$ - (x + $\large \frac{4y}{3}$) = 3 -(-2)
⇒ x - $\large \frac{y}{3}$ - x - $\large \frac{4y}{3}$ = 3 + 2
⇒ $\large \frac{-y - 4y}{3}$ = 5
⇒ -5y = 15
⇒ y = -3
y ৰ মান (2) ত বহুৱালে,
x - $\large \frac{(-3)}{3}$ = 3
⇒ x + 1 = 3
⇒ x = 3 - 1
⇒ x = 2
∴ নিৰ্ণেয় সমাধান x = 2 আৰু y = -3
প্ৰতিস্থাপন পদ্ধতিৰে:
$\large \frac{x}{2}$ + $\large \frac{2y}{3}$ = -1 ------ (1)
x - $\large \frac{y}{3}$ = 3 ------ (2)
(2) ৰ পৰা,
x = 3 + $\large \frac{y}{3}$
⇒ x = $\large \frac{9 + y}{3}$ ------ (3)
x ৰ মান (1) ত বহুৱালে,
$\large \frac{9 + y}{3 × 2}$ + $\large \frac{2y}{3}$ = -1
⇒ $\large \frac{9 + y}{6}$ + $\large \frac{2y}{3}$ = -1
⇒ $\large \frac{9 + y + 4y}{6}$ = -1
⇒ 5y + 9 = -6
⇒ 5y = -6 - 9
⇒ 5y = -15
⇒ y = -3
y ৰ মান (3) ত বহুৱালে,
x = $\large \frac{9 + (-3)}{3}$
⇒ x = $\large \frac{9 - 3}{3}$
⇒ x = $\large \frac{6}{3}$
⇒ x = 2
∴ নিৰ্ণেয় সমাধান x = 2 আৰু y = -3
(v) Solution:
অপনয়ন পদ্ধতিৰে:
$\large \frac{3y}{2}$ - $\large \frac{5x}{3}$ = -2
⇒ $\large \frac{9y - 10x}{6}$ = -2
⇒ 9y - 10x = -12 ------ (1)
$\large \frac{y}{3}$ + $\large \frac{x}{3}$ = $\large \frac{13}{16}$
⇒ $\large \frac{x + y}{3}$ = $\large \frac{13}{16}$
⇒ 16x + 16y = 39 ------ (2)
(1) × 16 ⇒ 144y - 160x = -192 ------ (3)
(2) × 9 ⇒ 144x + 144y = 351 ------ (4)
(3) - (4) কৰিলে,
144y - 160x - (144x + 144y) = -192 - 351
⇒ 144y - 160x - 144x - 144y = -543
⇒ -304x = -543
⇒ x = $\large \frac{543}{304}$
x ৰ মান (1) ত বহুৱালে,
9y - 10 × $\large \frac{543}{304}$ = -12
⇒ 9y - $\large \frac{5430}{304}$ = -12
⇒ 9y = -12 + $\large \frac{5430}{304}$
⇒ 9y = $\large \frac{-3648 + 5430}{304}$
⇒ 9y = $\large \frac{1782}{304}$
⇒ y = $\large \frac{1782}{304}$ × $\large \frac{1}{9}$
⇒ y = $\large \frac{198}{304}$
⇒ y = $\large \frac{99}{152}$
∴ নিৰ্ণেয় সমাধান x = $\large \frac{543}{304}$ আৰু y = $\large \frac{99}{152}$
প্ৰতিস্থাপন পদ্ধতিৰে:
$\large \frac{3y}{2}$ - $\large \frac{5x}{3}$ = -2 ------ (1)
$\large \frac{y}{3}$ + $\large \frac{x}{3}$ = $\large \frac{13}{16}$ ------ (2)
(2) ৰ পৰা,
$\large \frac{y + x}{3}$ = $\large \frac{13}{16}$
⇒ 16y + 16x = 39
⇒ 16y = 39 - 16x
⇒ y = $\large \frac{39 - 16x}{16}$ ------ (3)
y ৰ মান (1) বহুৱালে,
$\large \frac{3(39 - 16x)}{2 × 16}$ - $\large \frac{5x}{3}$ = -2
⇒ $\large \frac{117 - 48x}{32}$ - $\large \frac{5x}{3}$ = -2
⇒ $\large \frac{351 - 144x - 160x}{96}$ = -2
⇒ -304x + 351 = -192
⇒ -304x = -192 - 351
⇒ -304x = -543
⇒ x = $\large \frac{543}{304}$
x ৰ মান (3) ত বহুৱালে,
⇒ y = $\large \frac{39 - 16 × \frac{543}{304}}{16}$
⇒ y = ($\large 39 - \frac{16 × 543}{304}$) × $\large \frac{1}{16}$
⇒ y = ($\large \frac{39 × 304 - 16 × 543}{304}$) × $\large \frac{1}{16}$
⇒ y = ($\large \frac{11856 - 8688}{304}$) × $\large \frac{1}{16}$
⇒ y = $\large \frac{3168}{304}$ × $\large \frac{1}{16}$
⇒ y = $\large \frac{198}{304}$
⇒ y = $\large \frac{99}{152}$
∴ নিৰ্ণেয় সমাধান x = $\large \frac{543}{304}$ আৰু y = $\large \frac{99}{152}$
(vi) Solution:
অপনয়ন পদ্ধতিৰে:
x - y = 3 ------ (1)
$\large \frac{x}{3}$ + $\large \frac{y}{2}$ = 6 ------ (2)
(2) × 3 ⇒ $\large \frac{x}{3}$ × 3 + $\large \frac{y}{2}$ × 3 = 6 × 3
⇒ x + $\large \frac{3y}{2}$ = 18 ------ (3)
এতিয়া (3) - (1) কৰিলে,
x + $\large \frac{3y}{2}$ - (x - y) = 18 - 3
⇒ x + $\large \frac{3y}{2}$ - x + y = 15
⇒ $\large \frac{3y + 2y}{2}$ = 15
⇒ 5y = 30
⇒ y = 6
y ৰ মান (1) ত বহুৱালে,
x - 6 = 3
⇒ x = 3 + 6
⇒ x = 9
∴ নিৰ্ণেয় সমাধান x = 9 আৰু y = 6
প্ৰতিস্থাপন পদ্ধতিৰে:
x - y = 3 ------ (1)
$\large \frac{x}{3}$ + $\large \frac{y}{2}$ = 6 ------ (2)
(1) ৰ পৰা,
x = y + 3 ------ (3)
x ৰ মান (2) ত বহুৱালে,
$\large \frac{y + 3}{3}$ + $\large \frac{y}{2}$ = 6
⇒ $\large \frac{2(y + 3) + 3y}{3}$ = 6
⇒ 2y + 6 + 3y = 36
⇒ 5y = 36 - 6
⇒ 5y = 30
⇒ y = 6
y ৰ মান (3) ত বহুৱালে,
x = 6 + 3
⇒ x = 9
∴ নিৰ্ণেয় সমাধান x = 9 আৰু y = 6
(vii) Solution:
অপনয়ন পদ্ধতিৰে:
$\large \frac{8}{x}$ - $\large \frac{9}{y}$ = 1
⇒ $\large \frac{8y - 9x}{xy}$ = 1
⇒ 8y - 9x = xy ------ (1)
$\large \frac{10}{x}$ + $\large \frac{6}{y}$ = 7
⇒ $\large \frac{10y + 6x}{xy}$ = 7
⇒ 10y + 6x = 7xy ------ (2)
(1) × 10 ⇒ 80y - 90x = 10xy ------ (3)
(2) × 8 ⇒ 80y + 48x = 56xy ------ (4)
এতিয়া, (3) - (4) কৰিলে,
80y - 90x - (80y + 48x) = 10xy - 56xy
⇒ 80y - 90x - 80y - 48x = -46xy
⇒ -138x = -46xy
⇒ y = $\large \frac{138}{46}$
⇒ y = 3
y ৰ মান (1) ত বহুৱালে,
8 × 3 - 9x = x × 3
⇒ 24 - 9x = 3x
⇒ 9x + 3x = 24
⇒ 12x = 24
⇒ x = 2
∴ নিৰ্ণেয় সমাধান x = 2 আৰু y = 3
প্ৰতিস্থাপন পদ্ধতিৰে:
$\large \frac{8}{x}$ - $\large \frac{9}{y}$ = 1 ------ (1)
$\large \frac{10}{x}$ + $\large \frac{6}{y}$ = 7 ------ (2)
(2) ৰ পৰা,
$\large \frac{6}{y}$ = 7 - $\large \frac{10}{x}$
⇒ $\large \frac{6}{y}$ = $\large \frac{7x - 10}{x}$
⇒ $\large \frac{1}{y}$ = $\large \frac{7x - 10}{6x}$
⇒ y = $\large \frac{6x}{7x - 10}$ ------ (3)
y ৰ মান (1) ত বহুৱালে,
$\large \frac{8}{x}$ - 9 × $\large \frac{7x - 10}{6x}$ = 1
⇒ $\large \frac{8}{x}$ - $\large \frac{63x - 90}{6x}$ = 1
⇒ $\large \frac{48 - 63x + 90}{6x}$ = 1
⇒ 138 - 63x = 6x
⇒ 63x + 6x = 138
⇒ 69x = 138
⇒ x = 2
x ৰ মান (3) ত বহুৱালে,
y = $\large \frac{6 × 2}{7 × 2 - 10}$
⇒ y = $\large \frac{12}{14 - 10}$
⇒ y = $\large \frac{12}{4}$
⇒ y = 3
∴ নিৰ্ণেয় সমাধান x = 2 আৰু y = 3
2. তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণযোৰ গঠন কৰা আৰু সিহঁতৰ সমাধান (যদি থাকে) অপনয়ন পদ্ধতিৰে উলিওৱা:
(i) যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংশ হয়গৈ 1/2 আমি যদি অকল হৰটোতহে 1 যোগ কৰো তেন্তে ই হয়গৈ 1/2 । ভগ্নাংশটো কি?
Solution:
ধৰাহ'ল, ভগ্নাংশটোৰ লৱ x আৰু হৰ y
প্ৰশ্নমতে,
$\large \frac{x + 1}{y - 1}$ = 1 ------ (1)
$\large \frac{x}{y + 1}$ = $\large \frac{1}{2}$ ------ (2)
(1) ৰ পৰা,
x + 1 = y - 1
x - y = -1 - 1
x - y = -2 ------ (3)
(2) ৰ পৰা,
2x = y + 1
2x - y = 1 ------ (4)
(3) × 2 ⇒ 2x - 2y = -4 ------ (5)
(5) - (4) কৰিলে,
2x - 2y - (2x - y) = -4 - 1
2x - 2y - 2x + y = -5
-y = -5
y = 5
y ৰ মান (3) ত বহুৱালে,
x - 5 = -2
x = -2 + 5
x = 3
∴ নিৰ্ণেয় ভগ্নাংশটো $\large \frac{3}{5}$
(ii) পাঁচ বছৰ আগতে নুৰৰ বয়স চুনুৰ তিনিগুণ আছিল। দহ বছৰ পিছত নুৰ চুনুৰ দুগুণ ডাঙৰ হ'ব। নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান?
Solution:
ধৰাহ'ল, নুৰৰ বৰ্তমান বয়স x বছৰ
আৰু চুনুৰ বৰ্তমান বয়স y বছৰ
প্ৰশ্নমতে,
x - 5 = 3(y - 5)
x - 5 = 3y - 15
x - 3y = -15 + 5
x - 3y = -10 ------ (1)
আকৌ,
x + 10 = 2(y + 10)
x + 10 = 2y + 20
x - 2y = 20 - 10
x - 2y = 10 ------ (2)
(1) - (2) কৰিলে,
x - 3y - (x - 2y) = -10 - 10
x - 3y - x + 2y = -20
-y = -20
y = 20
y ৰ মান (1) ত বহুৱালে,
x - 3 × 20 = -10
x - 60 = -10
x = 60 - 10
x = 50
∴ নিৰ্ণেয় নুৰৰ বৰ্তমান বয়স 50 বছৰ আৰু চুনুৰ বৰ্তমান বয়স 20 বছৰ।
(iii) দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9। আকৌ এই সংখ্যাটোৰ ন গুণ ল'লে সংখ্যাটোৰ অংক দুটাক সালসলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয়। সংখ্যাটো উলিওৱা।
Solution:
ধৰাহ'ল, সংখ্যাটোৰ দহকৰ ঘৰৰ অংকটো x
আৰু এককৰ ঘৰৰ অংকটো y
প্ৰশ্নমতে,
x + y = 9 ------ (1)
আৰু
9(10x + y) = 2(10y + x)
90x + 9y = 20y + 2x
90x - 2x + 9y - 20y = 0
88x - 11y = 0 ------ (2)
(1) × 88 ⇒ 88x + 88y = 792 ------ (3)
(3) - (2) কৰিলে,
88y - (-11y) = 792
88y + 11y = 792
99y = 792
y = 8
y ৰ মান (1) ত বহুৱালে,
x + 8 = 9
x = 9 - 8
x = 1
∴ নিৰ্ণেয় সংখ্যাটো-
10x + y = 10 × 1 + 8 = 18
(iv) মীনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল। তাই ধনভৰালীক মাত্র 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে। মীনাই মুঠতে 25 খন নোট পালে। তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখনকৈ পালে?
Solution:
ধৰাহ'ল, 50 টকীয়া নোটৰ সংখ্যা x খন
আৰু 100 টকীয়া নোটৰ সংখ্যা y খন
প্ৰশ্নমতে,
x + y = 25 ------ (1)
আৰু
50x + 100y = 2000 ------ (2)
(1) × 50 ⇒ 50x + 50y = 1250 ------ (3)
(2) - (3) কৰিলে,
100y - 50y = 2000 - 1250
50y = 750
y = 15
y ৰ মান (1) ত বহুৱালে,
x + 15 = 25
x = 25 - 15
x = 10
∴ নিৰ্ণেয় 50 টকীয়া নোটৰ সংখ্যা 10 খন আৰু 100 টকীয়া নোটৰ সংখ্যা 15 খন।
(v) কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্রথম তিনিদিনৰ কাৰণে এটা নির্দিষ্ট মাচুল আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা ওপৰঞ্চি মাচুল লয়। ৰিতাই এখন কিতাপ সাত দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা আৰু শচীয়ে এখন কিতাপ পাঁচদিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা। নির্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া ওপৰঞ্চি মাচুলৰ নিৰিখ কিমান উলিওৱা।
Solution:
ধৰাহ'ল, প্ৰথম তিনিদিনৰ নিৰ্দিষ্ট মাচুল x টকা
আৰু প্ৰতিদিনে দিবলগীয়া ওপৰিঞ্চি মাচুল y টকা
প্ৰশ্নমতে,
x + (7 - 3)y = 27
x + 4y = 27 ------ (1)
আৰু
x + (5 - 3)y = 21
x + 2y = 21 ------ (2)
এতিয়া, (1) - (2) কৰিলে,
4y - 2y = 27 - 21
2y = 6
y = 3
y ৰ মান (2) ত বহুৱালে,
x + 2 × 3 = 21
x + 6 = 21
x = 21 - 6
x = 15
∴ নিৰ্ণেয় প্ৰথম তিনিদিনৰ নিৰ্দিষ্ট মাচুল 15 টকা আৰু প্ৰতিদিনে দিবলগীয়া ওপৰিঞ্চি মাচুল 3 টকা